Subscribe
URL of the page has been copied to clipboard.
Meaning : সূর্যৰ নিচেই কাষত থকা গ্রহটো
Example : বৈজ্ঞানিকসকলৰ মতে বুধ গ্রহ জীৱৰ বাস-উপযোগী নহয়
Synonyms : বুধ-গ্রহ
Meaning : সপ্তাহটোৰ মংগলবাৰৰ পিছৰ আৰু বৃহস্পতিবাৰৰ আগৰ দিনটো
Example : তেওঁ বুধবাৰে আহিব
Synonyms : বুদবাৰ, বুধবাৰ
Install App