Meaning : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
Example :
বুগী লিপিত টাটু আদি অঁকা হয়
Synonyms : বুগী লিপি
Meaning : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
Example :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
Synonyms : বুগী ভাষা
Meaning : ছুলাৱেসী দ্বীপৰ অধিবাসী
Example :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে