Meaning : বিৰোধ কৰোতা ব্যক্তি
Example :
বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
Synonyms : বিৰোধক
Meaning : যি বিৰোধত আছে
Example :
এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
Meaning : বিৰোধ কৰোতা
Example :
বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?