Meaning : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
Example :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
Synonyms : অসন্তুষ্টতা, আমনি, তিক্ততা
Meaning : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
Example :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
Synonyms : আমনি
Meaning : আমনি লগা পৰিস্থিতি
Example :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
Meaning : বিৰক্তিৰ অৱস্থা বা ভাৱ
Example :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
Synonyms : আমনি
Meaning : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
Example :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
Synonyms : অনাসক্তি, আসক্তিহীনতা, বিৰাগ