Meaning : বিহাৰত কোৱা এক ধৰণৰ ভাষা
Example :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
Meaning : বিহাৰ ৰাজ্যৰ অধিবাসী
Example :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
Meaning : বিহাৰৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
Meaning : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
Example :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ