Meaning : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
Example :
এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
Synonyms : ধামাকা
Meaning : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
Example :
বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
Meaning : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
Example :
বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল