Meaning : কোনো বস্তুৰ প্রসাৰিতকৰণ
Example :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
Synonyms : বহলকৈ মেলা, মেলা, মেলি দিয়া
Meaning : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা
Example :
বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে
Synonyms : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা