Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিষধৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বিষধৰ   বিশেষ্য

Meaning : মিহি আৰু দীঘল গাৰে এবিধ বিষ থকা সৰীসৃপ প্রাণী, যি সাধাৰণতে বিভিন্ন প্রজাতিৰ হয়

Example : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বিভিন্ন প্রকাৰৰ বিষাক্ত সাপ বগাই ফুৰা দেখা পোৱা যায়

Synonyms : অহি, কুণ্ডলী, কুম্ভীলস, চক্রী, দ্বিজিহব, দ্বিৰসন, নাগ, পন্নগ, ফণধৰ, ফণী, ভুজংগ, ভুজংগম, ভুজগ, ভেকভুজ, সর্প, সাপ

বিষধৰ   বিশেষণ

Meaning : যʼত বিষ আছে

Example : বিষাক্ত পতংগই কামোৰাৰ কাৰণে খেতিয়কজনৰ মৃত্যু হʼল

Synonyms : বিষাক্ত