Meaning : বিশ্বাসঘাতকতা কৰা ব্যক্তি
Example :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
Synonyms : বিশ্বাসঘাতক, বিশ্বাসঘাতী
Meaning : যি বিশ্বাসঘাতকতা কৰে
Example :
বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
Synonyms : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
Meaning : বিশ্বাসঘাত কৰোতাজন
Example :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
Synonyms : বিশ্বাসঘাতক, বিশ্বাসঘাতী