Subscribe
URL of the page has been copied to clipboard.
Meaning : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
Example : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
Synonyms : জগত, দুনীয়া, সংসাৰ
Meaning : পৃথিৱীত থকা লোক
Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
Synonyms : জগত, জনতা, জনসাধাৰণ, লোক, সংসাৰ, ৰাইজ
Meaning : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
Example : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
Synonyms : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
Meaning : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
Example : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
Synonyms : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
Install App