Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিশৃংখলা from অসমীয়া dictionary with examples, synonyms and antonyms.

বিশৃংখলা   বিশেষ্য

Meaning : ক্রমত নথকা অৱস্থা বা ভাব

Example : বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই

Synonyms : আউল, আলি-মুলি, এঙনি-জেঙনি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা

Meaning : ব্যৱস্থাৰ অভাৱ

Example : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

Synonyms : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, হুলস্থূল