Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
Example : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
Synonyms : বহল, বিস্তৃত
Meaning : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
Example : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
Synonyms : বিস্তৃত
Install App