Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয় বা কাম কৰাত মগ্ন হোৱা
Example : মীৰা কৃষ্ণ ভজনত লীন হʼল
Synonyms : মগন হোৱা, মগ্ন হোৱা, লীন হোৱা
Meaning : কোনো বস্তু আদিত আন বস্তু সোমাই পৰা কার্য
Example : এই নদীখন সাগৰত মিলিত হয়
Synonyms : মিলিত হোৱা, লয় হোৱা
Install App