Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
Example : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
Meaning : যিটো লুপ্ত হৈ গৈছে
Example : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
Synonyms : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
Meaning : লীন হৈ থকা
Example : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
Meaning : যিটো নাশ হৈছে
Example : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
Synonyms : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
Install App