Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো কথাত চখ থাকে
Example : এই প্রতিযোগীতা চৌখীন সকলৰ বাবে আয়োজন কৰা হৈছে
Synonyms : চৌখীন
Meaning : সুখভোগত লাগি থকাজন
Example : বিলাসী ৰজাৰ ৰাজ্য বেছি দিনলৈ তিষ্ঠি নাথাকিল
Synonyms : চৌখিন, পৰিভোগী
Install App