Meaning : কাৰোবাৰ জিম্মা বা নামত থকা কোনো ধন অথবা কাৰোবাক দিয়া মালবস্তুৰ বিৱৰণ আৰু মূল্যৰ হিচাপ থকা কাগজ বিশেষ
Example :
এই মাহৰ টেলিফোনৰ বিল এতিয়ালৈকে অহা নাই
Meaning : বিধান সভাত কোনো আইন গৃহীত কৰাৰ আগেয়ে উত্থাপন কৰা বিধান বা আইনৰ প্রস্তাৱিত ৰূপ
Example :
এই বিধেয়কখনক লৈ বিধান সভাত বহুত হুলস্থূল লাগিল
Synonyms : বিধেয়ক