Meaning : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
Example :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
Synonyms : ভাগ-বাটোৱাৰা
Meaning : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
Example :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
Synonyms : হৰণ অংক