Subscribe
URL of the page has been copied to clipboard.
Meaning : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
Example : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
Synonyms : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা
Meaning : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা
Example : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়
Synonyms : অংশু, কিৰণ, ৰশ্মি
Meaning : এক ধৰণৰ প্রকাশ বা পোহৰ
Example : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
Synonyms : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা
Install App