Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
Example : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
Synonyms : জ্ঞান, ধী, ধীশক্তি, বুদ্ধি, মতি, মনীষা, মেধা
Meaning : ভাল-বেয়া কথা বুজিপোৱা বা ভাবিব পৰা শক্তি আৰু জ্ঞান
Example : বিপদৰ সময়ত বিবেকৰ দ্বাৰাহে কাম কৰা উচিত
Install App