Meaning : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি
Example :
লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে
Meaning : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন
Example :
এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে
Synonyms : ফোঁট