Meaning : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা
Example :
কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে
Synonyms : বিনিয়োজন
Meaning : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য
Example :
তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে
Synonyms : বিনিয়োজন
Meaning : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য
Example :
তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে
Synonyms : বিনিয়োজন
Meaning : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য
Example :
লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল
Synonyms : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ
Meaning : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ
Example :
মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে
Synonyms : বিনিয়োজন