Subscribe
URL of the page has been copied to clipboard.
Meaning : দেশৰ কাৰণে নতুন বিধান প্রণয়ন কৰা বা পুৰণি বিধানৰ সংশোধন ঘটোৱা পৰিষদ বিশেষ
Example : ৰামৰ দেউতাক বিধান-পৰিষদৰ এজন সদস্য
Synonyms : বিধান-পৰিষদ
Meaning : গণতান্ত্রিক শাসনত জনপ্রতিনিধিৰ যি সভাই দেশৰ বাবে আইন কানুন তৈয়াৰ কৰে
Example : বিধানসভাত পুৰণি নীতি-নিয়মত সংশোধন, পৰিব্্র্তন আদিও হয়
Synonyms : বিধান-সভা, বিধানসভা
Install App