Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্মুখ বা ওচৰত আহি থকা
Example : আজি শ্রেণীত দহজন ছাত্র উপস্থিত আছিল কোঠাৰ সকলো বস্তু নিজ নিজ ঠাইত মজুত আছিল
Synonyms : উপস্থিত, মজুত, মজুদ, হাজিৰ
Meaning : যাৰ অস্তিত্ব আছে
Example : জনা-শুনা সমস্যাবোৰ দূৰ নকৰাকৈ একোৱেই হʼব নোৱাৰে
Synonyms : জনা-শুনা, বাহাল, বিৰাজমান, স্থিত
Install App