Subscribe
URL of the page has been copied to clipboard.
Meaning : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
Example : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
Synonyms : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
Meaning : শত্রুৰ ভাব বা কার্য
Example : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
Synonyms : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
Install App