Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনৰ কোনো বিষয়ত ভাল জ্ঞান আছে
Example : ভাৰতবর্ষ অতীজৰে পৰা জ্ঞানীৰ দেশ আছিল
Synonyms : জ্ঞানী, পণ্ডিত
Meaning : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
Example : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
Synonyms : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্যাৱান, সুধী, সুশিক্ষিত
Install App