Subscribe
URL of the page has been copied to clipboard.
Meaning : বিদেশৰ নিবাসী
Example : আমি আমাৰ দেশলৈ অহা বিদেশীসকলৰ সন্মান কৰা উচিত
Meaning : অন্য দেশৰ সৈতে সম্পর্ক ্থকা বা অন্য দেশৰ
Example : এই বজাৰখনত প্রায়েই বিদেশী বস্তু পোৱা যায়
Synonyms : পৰদেশী, বিলাতী
Meaning : যিজনে অন্য দেশত বসতি কৰি আছে
Example : প্রতিদিনে ভাৰতলৈ ভালেমান বিদেশী পর্যটকৰ আগমন ঘটে
Install App