Meaning : যিয়ে কাৰোবাৰ অভিক্্র্তাৰ ৰূপত তেওঁৰ ্দ্বাৰা প্রস্তুত কৰা কোনো বস্তু গ্রাহকক বা খুচুৰা বেপাৰী আদিক দিয়ে
Example :
কাপোৰ মিলৰ মালিকক বিতৰকৰ আৱশ্যক হৈছে
Meaning : বিতৰণ কৰা বা ভগাই দিয়া ব্যক্তি
Example :
চৰকাৰী দোকানৰ বিতৰকে চেনি কমকৈ জুখি আছিল