Meaning : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
Example :
তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
Meaning : অনাহকত কৰা তর্ক ্বা বিবাদ
Example :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
Synonyms : বাক-বিতণ্ডা, বাদ-বিতণ্ডা