Meaning : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
Example :
মোৰ কিবা খাবৰ মন গৈছে
Synonyms : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
Meaning : কোনো কথা বা কামত কৰা ইচ্ছা
Example :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
Synonyms : আশা কৰা
Meaning : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
Example :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
Synonyms : অনুসন্ধান কৰা, অন্বেষণ কৰা