Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিচাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বিচাৰ   বিশেষ্য

Meaning : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

Example : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

Synonyms : অনুসন্ধান, তালাচী

Meaning : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

Example : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

Synonyms : মত, ৰায়

Meaning : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

Example : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

Synonyms : পৰীক্ষা

Meaning : মনত উদয় হোৱা কথা

Example : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

Synonyms : খিয়াল, খেয়াল, মত

Meaning : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

Example : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

Synonyms : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

Meaning : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

Example : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

Synonyms : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

Meaning : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

Example : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

Synonyms : অনুসন্ধান, সম্পৰীক্ষা