Subscribe
URL of the page has been copied to clipboard.
Meaning : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
Example : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
Synonyms : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
Meaning : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
Example : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
Meaning : বঢ়া বা বঢ়োৱা কার্য
Example : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
Synonyms : বৃদ্ধি, সংবর্ধন, ্বর্ধন
Install App