Subscribe
URL of the page has been copied to clipboard.
Meaning : বিকাশ প্রাপ্ত হোৱা
Example : আমাৰ বেপাৰ লাহে-লাহে প্রসাৰিত হৈ আছে
Synonyms : প্রসাৰিত হোৱা
Meaning : নতুনকৈ হোৱা গছপুলিত পাত গজা আৰু সেউজীয়া হোৱা
Example : শুকাই যোৱা গছপুলিটোৱে পানী পোৱাৰ লগে-লগে ঠন ধৰিবলৈ ধৰিলে
Synonyms : ঠন ধৰা, সজাল ধৰা
Install App