Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
Example : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
Synonyms : দণ্ড, বাড়ি, মাৰি, লাঠী
Meaning : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
Example : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
Synonyms : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
Meaning : মোটা আকাৰৰ ডাঙৰ মাৰি
Example : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
Synonyms : দণ্ড, লাঠি
Install App