Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
Example : সোমবাৰ সপ্তাহৰ প্রথম দিন
Synonyms : অহ্ন, দিন, দিৱস, বাসৰ
Meaning : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
Example : এতিয়া ৰামৰ পাল
Synonyms : নম্বৰ, পাল
Meaning : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
Example : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
Synonyms : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
Meaning : মদ কিনিলৈ খোৱা ঠাই
Example : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
Synonyms : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
Meaning : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
Example : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
Synonyms : দফা
Meaning : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
Example : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
Synonyms : ফ্রেম, বৃতি
Meaning : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
Example : ছয় আৰু ছয় মিলি বাৰ হয়
Synonyms : দ্বাদশ, ১২
Meaning : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
Example : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
Synonyms : কিস্তি, খেপ, দফা
Meaning : দহ আৰি দুই
Example : নাৱত বাৰজন লোক উঠি আছিল
Install App