Subscribe
URL of the page has been copied to clipboard.
Meaning : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ
Example : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে
Synonyms : নীড়
Meaning : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে
Example : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ
Meaning : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ
Example : পাটৰ পলু বাহত ডাঙৰ হয়
Synonyms : লেটা
Install App