Subscribe
URL of the page has been copied to clipboard.
Meaning : পিতৃক কৰা সম্বোধন
Example : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
Synonyms : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতা, পিতাই, পিতাদেউ, ববাই, বাবা, বোপাই
Meaning : যিজন কোনো কলা, গুণ আদিত কাৰোবাতকৈ ওপৰত হয়
Example : কম্পিউটাৰ সম্বন্ধীয় যিকোনো বিষয়ত আশিস তোমাৰ বাপ স্বৰূপ
Install App