Subscribe
URL of the page has been copied to clipboard.
Meaning : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
Example : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
Synonyms : বান, মথাউৰি
Meaning : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
Example : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
Synonyms : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
Install App