Meaning : বানত যাৰ ক্ষতিসাধন হৈছে
Example :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
Synonyms : বান-পীড়িত
Meaning : যʼত বানপানী হয়
Example :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
Synonyms : বান-পীড়িত, বানবিধ্বস্ত