Subscribe
URL of the page has been copied to clipboard.
Meaning : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
Example :
Synonyms : প্লাৱন, বন্যা, বানপানী
Meaning : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
Example : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
Synonyms : বান্ধ, মথাউৰি
Install App