Meaning : নিজক কৰা উপকাৰ মানি লোৱা লোক
Example :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
Synonyms : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
Meaning : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
Example :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
Synonyms : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য