Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বাধা-নিষেধ from অসমীয়া dictionary with examples, synonyms and antonyms.

বাধা-নিষেধ   বিশেষ্য

Meaning : কোনো কামত বা কথাত মানা কৰা

Example : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

Synonyms : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাৰক, মানা, হাক, হাক-বচন

Meaning : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

Example : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

Synonyms : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ