Subscribe
URL of the page has been copied to clipboard.
Meaning : বাধা উৎপন্ন কৰা ব্যক্তি
Example : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
Meaning : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
Example : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
Synonyms : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
Install App