Subscribe
URL of the page has been copied to clipboard.
Meaning : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
Example :
Synonyms : খিড়িকি, খিৰিকি, গৱাক্ষ, জানলা, জানালা
Meaning : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
Example : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
Synonyms : খিৰিকি, গৱাক্ষ
Meaning : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
Example : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
Synonyms : খিৰিকি, খিৰিকী, গৱাক্ষ
Install App