Subscribe
URL of the page has been copied to clipboard.
Meaning : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
Example : সৰস্বতীৰ বাহন হংস
Synonyms : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
Meaning : কোৱা কথা
Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
Synonyms : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
Meaning : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
Example : আনৰ ভাল লগা কথাহে কোৱা উচিত
Synonyms : কথা, বচন
Install App