Meaning : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
Example :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
Meaning : সাপ পোহা আৰু নচুৱা ব্যক্তি
Example :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
Synonyms : সাপ নচুৱাওঁ্তা