Meaning : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
Example :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
Synonyms : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
Meaning : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
Example :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
Synonyms : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান