Subscribe
URL of the page has been copied to clipboard.
Meaning : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
Example : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
Synonyms : প্রতিপাদন, ব্যাখ্যা
Meaning : কিবা কোৱা কার্য
Example : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
Synonyms : কথন, কথা, বচন, বাক
Meaning : যিটো কোৱাৰ যোগ্য
Example : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
Synonyms : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
Meaning : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
Example : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
Synonyms : অভিধেয়, প্রতিপাদ্য
Install App