Meaning : দূৰ বা আঁতৰি থকা
Example :
মই বেয়া সংগৰ পৰা বাচি থাকোঁ
Meaning : দুখ, বিপত্তি আদিত নপৰা বা ইয়াৰ পৰা ৰক্ষিত বা দূৰ হৈ থকা
Example :
ৰোহিত কেঞ্চাৰ ৰোগত মৃত্যুপ্রায় হৈ বাচি আছে
Synonyms : বাচা, ৰক্ষা পোৱা