Meaning : বহুত কথা কʼব পৰাজন
Example :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
Synonyms : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
Meaning : কথা-বতৰা পতাত চতুৰ
Example :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে