Subscribe
URL of the page has been copied to clipboard.
Meaning : পেট্রল, ডিজেল আদিৰে চলা দুচকীয়া বাহন যাৰ চকা স্কুটাৰতকৈ ডাঙৰ হয়
Example : তেওঁ বৰ ্জোৰেৰে মটৰ চাইকেল চলায়
Synonyms : মটৰ চাইকেল
Meaning : কোৱা কথা
Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
Synonyms : উক্তি, কথন, কোৱা, জবান, বচন, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
Install App